Halodhiya Boroxun Lyrics – Kongkona Borah

Halodhiya Boroxun Lyrics

Halodhiya Boroxun Song Credits

Halodhiya Boroxun Lyrics

বৰষুণ, বৰষুণ, বৰষুণ, বৰষুণ,

ৰ’দ সনা দুপৰীয়া আঁৰতে থৈ বৰষুণ,

হালধীয়া বৰষুণ।

ৰৈ যোৱা ৰৈ যোৱা এবাৰ ঘূৰি চোৱা,

আলসুৱা বৃষ্টি প্ৰেমৰ সৃষ্টি,

মোৰ ভালপোৱা ৰামধেনু।

জোনাকেও বিচাৰে সংগ তোমাৰ,

জোনাকেও বিচাৰে সংগ তোমাৰ,

পলাশৰ ৰক্তিম আভা,

সপোনৰ কৃষ্ণচূড়া।

ৰৈ যোৱা ৰৈ যোৱা, এবাৰ ঘূৰি চোৱা,

হালধীয়া বৰষুণ, হালধীয়া বৰষুণ ।

বৰষুণ, বৰষুণ, বৰষুণ, বৰষুণ,

ৰ’দ সনা দুপৰীয়া আঁৰতে থৈ বৰষুণ,

হালধীয়া বৰষুণ।

মেঘ বোৰো ৰৈছে কোলাহল কৰি,

মেঘ বোৰো ৰৈছে কোলাহল কৰি,

বৈছে বৰদৈচিলা গোলাপৰে পোৱা।

বৰষুণ বৰষুণ বুকুতে ৰুই দিলা,

এডালি সোণাৰু প্ৰজাপতিৰ মেলা,

চকুত সুখৰ আঁকিলা সপোন,

হালধীয়া বৰষুণ ।

বৰষুণ, বৰষুণ, বৰষুণ, বৰষুণ,

ৰ’দ সনা দুপৰীয়া আঁৰতে থৈ বৰষুণ,

হালধীয়া বৰষুণ।

Here is also the video of the song for you uploaded by Dhwani Records –

Halodhiya Boroxun Song Video

Lyrics: Amitava Phookan  Singer : Kongkona Borah Music : Anjan Phukan

Thank You…..! Visit Again…

 

Leave a Comment

close