Kasoli Lyrics – Nilakshi Neog

Kasoli Lyrics

কাঁচলি পৰিছে

অনুভৱৰ পিৰালিত

আকাশ নীলাৰে ভৰিছে

তোমালৈ মনতে পৰিছে

উলাহে নধৰা মন

আশাৰে আৱৰা ক্ষণ

উলাহে নধৰা মন

আশাৰে আৱৰা এই ক্ষণ

তোমাৰ কাষত সৰগ পাওঁ

তোমাৰ চকুত থমকি চাওঁ

তোমাৰ কাষত সৰগ পাওঁ

তোমাৰ চকুত থমকি চাওঁ

এশাৰী দুশাৰী কেনেকৈ লিখি যাঁও‍

গুণগুণ গুনগুন কেনেকৈ গীত গাঁও

শিমলুুৰ তুলাও উৰিছে

তোমালৈ মনতে পৰিছে

নিজানে নিৰলে এই ক্ষন

মিচিকি হাঁহিৰে ভৰে মন

নিজানে নিৰলে এই ক্ষন

মিচিকি হাঁহিৰে ভৰে মন

কাঁচলি পৰিছে

অনুভৱৰ পিৰালিত

আকাশ নীলাৰে ভৰিছে

তোমালৈ মনতে পৰিছে

উলাহে নধৰা মন

আশাৰে আৱৰা ক্ষণ

উলাহে নধৰা মন

আশাৰে আৱৰা এই ক্ষণ

Here is also the video of the song for you uploaded by Nilakshi Neog –

Thank You…..! Visit Again…

 

Leave a Comment

close